The Definitive Guide to Assamese synonyms

উদৰপৰায়ণ, উদৰসৰ্বস্ব, ঔদৰিক, খঁকুৱা, পেটুক, ভোজনপ্ৰিয়, ভোজনবিলাসী, ৰাইকহ, ৰাহু৷

আত্মজিজ্ঞাসা, আত্মদৰ্শন, আত্মবীক্ষা, আত্মানুসন্ধান৷

অগণন, অগণনীয়, অগণিত, অগণ্য, অজস্ৰ, অনেক, অলেখ, অসংখ্য, অসংখ্যাত, একাধিক, বহুত, সংখ্যাতীত৷

অনন্তৰজ, অনুজ, অনুজন্মা, অনুজাত, উপজ, ভাই, সৰু ভাই৷

একেবাৰে, গোটেই, তেনেই, নিখিল, সদৌ, সমগ্ৰ, সমস্ত, সমুদায়, সমূলি৷

অকৃতকাৰ্য, অকৃতকৃত্য, অকৃতাৰ্থ, অচৰিতাৰ্থ, অসফল, নিষ্ফল, বিফল, ব্যৰ্থ৷

(iii) To take up the workout of determining the respective castes/communities/ sub-castes/ synonyms inside the Central listing of OBCs and classifying them into their respective sub-groups.

অতুলনীয়া, অদ্বিতীয়া, অনুপমা, নিৰুপমা৷

অনল, অনিলসখ, অসিতাৰ্চি, অৰণ্যবহ্নি, আশ্ৰয়াশ, ঈশিৰ, উষৰ্বুধ, কৃপীটযোনি, কৃশাণু, কৃষ্ণগতি, কৃষ্ণাৰ্চি, কৃষ্ণৱৰ্ত্ম, ঘৃতকেশ, ঘৃতাৰ্চি, চিত্ৰভানু, ছাগবাহন, জগন্নু, জনধা, জাতবেদস্, জালাদ্ভৱ, read more জুই, জ্বলন, তনূনপাৎ, তমোনুদ, তেজোনিধি, দমুনস, দাৱাগ্নি, দাৱানল, দেৱবক্ত্ৰ, ধনঞ্জয়, ধূমকেতন, ধূমধ্বজ, পাৱক, পিংগল, পুৰজ্যোতিঃ, বনজুই বনাগ্গি, বহিঃশুষ্মন, বহ্নি, বায়ুসখ, বিশ্বপা, বীতিহোত্ৰ, বৃষাকপি, বৃহদ্ভানু, বৈশ্বানৰ, বৰ্হিঃশুষ্মন, শিখাৱৎ, শিখিন, শুচি, শুষ্ম, শোচিষ্কেশ, সপ্তজিহ্ব, সপ্তাংশু, সপ্তাৰ্চিস, সুশিখ, স্বৰ্ণদীধিতি, সৰ্বশুদ্ধি, হবিৰশন, হবিৰ্ভুক, হব্যবাহন, হব্যাশ, হব্যাশন, হিমাৰাতি, হিৰণ্যৰেতাঃ, হুতভুক, হুতাশন, হ্ব্যভুক, ৰোহিতাশ্ব৷

অতিবক্তা, অমিতভাষী, কথাচহকী, চেলেপু, প্ৰগলভ, ফাজিল, বহুবক্তা, বহুবল্কী, বহুভাষী, বাচাল, ভংভঙীয়া, ভল্‌ভলীয়া৷ (স্ত্ৰী) কথকী৷

অকল্যাণ, অনিষ্ট, অন্যায়, অভিচাৰ, অহিত, ক্ষতি৷

অগোচৰ, অদৃশ্য, অন্তৰ্হিত, অপ্রতক্ষ্য, অপ্ৰেক্ষিত, অলিক্ষত৷

অমিতভাষী, কথকি, কথাচহকী, চেলেপু, প্ৰগলভ, ফাজিল, বহুবক্তা, বহুবল্কী, বহুভাষী, বাচাল৷

অগ্নিমান্দ্য, অজীৰ্ণতা, পেটৰ অসুখ, বদহজম, মন্দাগ্নি৷

Leave a Reply

Your email address will not be published. Required fields are marked *